Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে

যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে

মোৱাবীয়া লোকসকলে ইস্ৰায়েলীসকলৰ হানি কৰিব বিচাৰিছিল (গণ ২২:৩-৬)

যিহোৱাই নিজৰ লোকসকলৰ হানি হʼবলৈ নিদিলে (গণ ২২:১২, ৩৪, ৩৫; ২৩:১১, ১২)

যিহোৱাৰ উদ্দেশ্য পূৰ হোৱাত কোনেও বাধা দিব নোৱাৰে (গণ ২৪:১২, ১৩; bt ৫৩ ¶৫; it–২–E ২৯১)

গোটেই পৃথিৱীত শুভবাৰ্তা প্ৰচাৰ কৰাটো যিহোৱাই বিচাৰে আৰু মানুহৰ তাড়নাই হওক বা দুৰ্যোগেই হওক এই কামক কোনেও বাধা দিব নোৱাৰে। যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁনে আৰু তেওঁৰ উপাসনাক প্ৰথম স্থান দিওঁনে?