Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই তাড়নাৰ সময়ত সাক্ষ্য দিবলৈ সহায় কৰিলে

যিহোৱাই তাড়নাৰ সময়ত সাক্ষ্য দিবলৈ সহায় কৰিলে

বিৰোধীসকলে আমাৰ প্ৰচাৰ কাৰ্য্য বন্ধ কৰিবলৈ চেষ্টা কৰে। বিৰোধৰ সত্ত্বেও যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আনেও সত্য জানিবলৈ সুযোগ লাভ কৰিব পাৰে।

ভাই ডিমীট্ৰি মিখাইলৌবৰ লগত সাক্ষাৎকাৰ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভাই ডিমীট্ৰি মিখাইলৌবে কেনেধৰণৰ তাড়নাৰ সন্মুখীন হৈছিল?

  • যিহোৱাই ভাই ডিমীট্ৰিক ধৈৰ্য্য ধৰিবলৈ কেনেকৈ সহায় কৰিলে?

  • ভাই ডিমীট্ৰি জেলত থকাৰ সময়ত, যিহোৱাই কেনেকৈ আন বন্দীসকলক সাক্ষ্য দিবলৈ তেওঁক সহায় কৰিছিল?