এপ্ৰিল ২৬–মেʼ ২
গণনা পুস্তক ২৫-২৬
গীত ১৩৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ২৬:৫৫, ৫৬—যিহোৱাই ফৈদৰ অনুসৰি কেনেকৈ মাটি ভাগ কৰিলে? এই কাৰ্য্যই কেনেকৈ যিহোৱাৰ বুদ্ধি প্ৰকাশ কৰিলে? (it–১–E ৩৫৯ ¶১-২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ২৫:১-১৮ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। কোনো এখন ভিডিঅʼৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৩)
ভাষণ: (৫ মি.) w০৪ ৫/১ ২৭—বিষয়: গণনা পুস্তক ২৫:৯ আৰু ১ কৰিন্থীয়া ১০:৮ পদত দিয়া মৃত লোকসকলৰ সংখ্যাত কিয় পাৰ্থক্য আছে? (শিক্ষা অধ্যায় ১৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“বুদ্ধিমত্তাৰে বন্ধু বাচনি কৰক”: (১৫ মি.) আলোচনা। সতৰ্কতাৰ উদাহৰণ আমাৰ বাবে—এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৭ ¶১-১০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৮৭ আৰু প্ৰাৰ্থনা