ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?
মোৱাবীয়াবিলাকে ইস্ৰায়েলীসকলক বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰিছিল (গণ ২৫:১, ২; lv ১১১-১১২ ¶১-২)
ইস্ৰায়েলীসকলে স্বাৰ্থপৰ হোৱাৰ বাবে যিহোৱাৰ বিশ্বাসী হৈ থাকিব নোৱাৰিলে। সেইবাবে যিহোৱাৰ খং উঠিল (গণ ২৫:৩-৫; lv ১১২-১১৩ ¶৪)
এজন ব্যক্তিয়ে সাহস দেখুৱাৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত হʼল (গণ ২৫:৬-১১)
নিজকে সোধক, ‘মই কেনে পৰিস্থিতিত সাহস দেখুৱা উচিত, যাতে মই আনৰপৰা পৃথক হৈ থাকিব পাৰোঁ?’