ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমাৰ . . . আধিপত্য ময়েই”
যিহোৱাই পুৰোহিত আৰু লেবীয়াসকলক গুৰুত্বপূৰ্ণ দায়িত্ব দিছিল (গণ ১৮:৬, ৭)
লেবী ফৈদক দেশত উত্তৰাধিকাৰী হিচাপে কোনো মাটি দিয়া নহৈছিল, তেওঁলোকৰ বাবে যিহোৱাই আধিপত্য আছিল (গণ ১৮:২০, ২৪; w১১–HI ৯/১৫ ১৩ ¶৯)
সকলো ইস্ৰায়েলীয়ে উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবী আৰু পুৰোহিতসকলক দিছিল (গণ ১৮:২১, ২৬, ২৭; w১১–HI ৯/১৫ ৭ ¶৪)
যিহোৱাই লেবী আৰু পুৰোহিতসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। যদি আমি যিহোৱাৰ সেৱাত ত্যাগৰ ভাৱনা দেখুৱাও, তেনেহʼলে আমি ভৰসা ৰাখিব পাৰোঁ যে তেওঁ নিশ্চয় আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব।