Skip to content

Skip to table of contents

মাৰ্চ ১-৭

গণনা পুস্তক ৭-৮

মাৰ্চ ১-৭
  • গীত ৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ৮:১৭—যিহোৱাই ইস্ৰায়েলীসকলৰ জ্যেষ্ঠ পুত্ৰৰ বিষয়ে কি কৈছিল? (it–১–E ৮৩৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ৭:১-১৭ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (২ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১১)

  • পুনৰ সাক্ষাৎ: (৩ মি.) এনে এজন ব্যক্তিক পুনৰ সাক্ষাৎ কৰক, যিজন ব্যক্তিয়ে আগ্ৰহ দেখুৱাৰ বাবে আপুনি স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিলে। (শিক্ষা অধ্যায় ৬)

  • পুনৰ সাক্ষাৎ: (৩ মি.) এনে এজন ব্যক্তিক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক, যাৰ লগত আপুনি আগতে বাইবেল অধ্যয়ন কৰিছিল। (শিক্ষা অধ্যায় ১২)

  • পুনৰ সাক্ষাৎ: (৩ মি.) পৰিয়ালৰ এনে এজন সদস্যক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক, যাক আপুনি আগতে সাক্ষ্য দিছিল। (শিক্ষা অধ্যায় ১৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন