Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা

ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা

ঈশ্বৰে মণ্ডলীত যিসকল ভাইক নিযুক্ত কৰে, তেওঁলোকে পবিত্ৰ সেৱাত ভাল উদাহৰণ ৰাখে (গণ ৭:১০; it–১–E ৪৯৭ ¶৩)

ঈশ্বৰৰ সেৱকসকলে শৃংখলাবদ্ধভাৱে সকলো কাম কৰা উচিত (গণ ৭:১১; it–২–E ৭৯৬ ¶১)

যিহোৱাই প্ৰতিজন ব্যক্তিয়ে যিমান কৰিব পাৰে, সিমানেই আশা কৰে (গণ ৮:২৫, ২৬; w০৪ ৮/১ ২৯ ¶৬)

যিহোৱাই ইস্ৰায়েলীসকলক সংগঠিত কৰি এখন ৰাষ্ট্ৰ হিচাপে গঠন কৰিছিল। ঠিক সেইদৰে তেওঁ আজিও নিজৰ লোকসকলক সংগঠিত কৰিছে। তেওঁ কেৱল সংগঠনৰ ওপৰতেই নহয়, ব্যক্তিগতভাৱেও সকলো সেৱকৰ পৰিশ্ৰমৰ ওপৰত ধ্যান দিয়ে।