মাৰ্চ ২২-২৮
গণনা পুস্তক ১৩-১৪
গীত ১১৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বিশ্বাসে আমাক কেনেকৈ সাহসী কৰি তুলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ১৩:২৭—চোৰাংচোৱাসকলে কি বাৰ্তা দিছিল আৰু এই বাৰ্তাৰপৰা যিহোৱাৰ ওপৰত ইস্ৰায়েলীসকলৰ বিশ্বাস কেনেকৈ দৃঢ় হʼলহেঁতেন? (লেবী ২০:২৪; it–১–E ৭৪০)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ১৩:১-২০ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
ভাষণ: (৫ মি.) w১৫–HI ৯/১৫ ১৪-১৬ ¶৮-১২—বিষয়: নিজৰ বিশ্বাস চালি-জাৰি চাবলৈ নিজকে প্ৰশ্ন সোধক। (শিক্ষা অধ্যায় ১৪)
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—প্ৰশ্ন সোধক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক নামৰ ভিডিঅʼখন দেখুৱাওক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সত্য খ্ৰীষ্টানসকলক সাহসৰ কিয় প্ৰয়োজন—ঘোষণা কৰিবলৈ: (৮ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: কিটি কেলিৰ কি সমস্যা আছিল? তাই সাহস কেনেকৈ বঢ়াব পাৰিলে? সাহস দেখুৱাৰ বাবে তাই কি আশীৰ্বাদ লাভ কৰিলে?
সত্য খ্ৰীষ্টানসকলক সাহসৰ কিয় প্ৰয়োজন—নিৰপেক্ষতা বজাই ৰাখিবলৈ: (৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: এঞ্জ চিলুয়ে কেনে সমস্যাৰ সন্মুখীন হৈছিল? তেওঁ কেনেকৈ সাহস লাভ কৰিলে? কি কথা বুজি পোৱাৰ বাবে তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰিলে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৫ ¶১০-১৭, পৃ. ২০৩ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩০ আৰু প্ৰাৰ্থনা