Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা নকৰিব

অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা নকৰিব

কোৰহে উপাসনাৰ বাবে যিহোৱাই কৰা ব্যৱস্থাৰ বিৰুদ্ধে কাৰ্য্য কৰিলে, কিয়নো তেওঁ অহংকাৰী হৈ পৰিছিল (গণ ১৬:১-৩; w১১–HI ৯/১৫ ২৭ ¶১২)

যিহোৱাৰ সেৱাত কোৰহে বহুতো দায়িত্ব লাভ কৰিছিল আৰু লোকসকলে তেওঁক সন্মানো কৰিছিল। তথাপি তেওঁ সন্তুষ্ট নাছিল (গণ ১৬:৮-১০; w১১–HI ৯/১৫ ২৭ ¶১১)

কোৰহৰ ভুল চিন্তাধাৰাৰ বাবে বেয়া পৰিণাম হʼল (গণ ১৬:৩২, ৩৫)

যিহোৱাৰ সেৱাত হয়তো আমি বহুতো কাম কৰিছোঁ, কিন্তু ইয়াৰ বাবে আমি অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা কৰা উচিত নহয়। যদিও আমি বহু সময়ৰপৰা সত্যত আছোঁ অথবা সংগঠনত বহুতো দায়িত্ব লাভ কৰিছোঁ, তথাপি আমি নম্ৰ হৈ থকা উচিত।