মাৰ্চ ৮-১৪
গণনা পুস্তক ৯-১০
গীত ৩১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ৯:১৩—এই নিয়মৰপৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে? (it–১–E ১৯৯ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ১০:১৭-৩৬ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। যদি গৃহস্থই আগ্ৰহ দেখুৱায়, তেনেহʼলে যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)
পুনৰ সাক্ষাৎ: (৩ মি.) আপুনি নিজৰ সহকৰ্মী বা সহপাঠীক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক, যাক আপুনি আগতে সাক্ষ্য দিছিলে। (শিক্ষা অধ্যায় ২)
বাইবেল অধ্যয়ন: (৫ মি.) bhs ২১৪ টোকা ১৭—নিজৰ বিদ্যাৰ্থীক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক আৰু বুজাওক যে তেওঁ পিঠা আৰু দ্ৰাক্ষাৰস কিয় গ্ৰহণ কৰা উচিত নহয়। (শিক্ষা অধ্যায় ১৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বেথেলৰ সাল-সলনি ঘোষণা কাৰ্য্যত সহায়: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: ২০১৫ চনৰ বাৰ্ষিক সভাত কি কি সাল-সলনিৰ বিষয়ে ঘোষণা কৰা হৈছিল? ইয়াৰ কাৰণ দুটা কি আছিল? বেথেলত কি কি সাল-সলনি কৰা হৈছে? ইয়াৰপৰা কি কি লাভ হৈছে? এই ঘোষণাৰ পাছত ব্ৰিটেইনত নতুন শাখা কাৰ্য্যালয় বনোৱাৰ পৰিকল্পনাত কি কি সাল-সলনি কৰা হʼল? এই সাল-সলনিয়ে কেনেকৈ প্ৰমাণ কৰে যে যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱাইছে?
আমি বেথেললৈ কিয় আহোঁ: (৫ মি.) ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৪ ¶১৫-১৯, পৃ. ১৯১ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩ আৰু প্ৰাৰ্থনা