Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

স্মৰণীয় দিনৰ অভিযান (ফেব্ৰুৱাৰী ২৭–মাৰ্চ ২৭)

“আমি আপোনাক [ফোন কৰি বা চিঠি লিখি] এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত লাখ লাখ লোকে উপস্থিত হʼব। সেই দিনাখন আমি যীচুৰ বলিদানক সোঁৱৰণ কৰিম। আপুনি ইয়াত উপস্থিত হোৱাটো আমি বিচাৰোঁ।” তাৰ পাছত [চিঠি বা মেইলৰ যোগেদি] নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “ইয়াত সভাৰ সময় আৰু ঠিকনা [বা অনলাইন এই সভাত কেনেকৈ উপস্থিত হʼব পাৰে] দিয়া আছে। স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও আমি আপোনাক নিমন্ত্ৰণ জনাব বিচাৰোঁ। আশা কৰোঁ আপুনি নিশ্চয় আহিব।”

যদি আগ্ৰহ দেখুৱায়, তেনেহʼলে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ মৃত্যুক সোঁৱৰণ কৰক? নামৰ ভিডিঅʼখন দেখুৱাওক [বা মেচেজ বা ইʼমেইল কৰক]।

প্ৰশ্ন: যীচুৰ কিয় মৃত্যু হৈছিল?

প্ৰথম সাক্ষাৎ

প্ৰশ্ন: যীচু কোন আছিল?

পদ: মথি ১৬:১৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

পুনৰ সাক্ষাৎ

প্ৰশ্ন: যীচুৰ কিয় মৃত্যু হৈছিল?

পদ: মথি ২০:২৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক: