এপ্ৰিল ১৮-২৪
১ চমূৱেল ২৩-২৪
গীত ১১৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱালৈ অপেক্ষা কৰক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১চমূ ২৩:১৬, ১৭—আমি যোনাথনৰ দৰে কেনেকৈ হʼব পাৰোঁ? (w১৭.১১-HI ২৭ ¶১১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১চমূ ২৩:২৪–২৪:৭ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৬)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১৩)
ভাষণ: (৫ মি.) w১৯.০৩-HI ২৩-২৪ ¶১২-১৫—বিষয়: আপুনি যিসকলক শিকাই তেওঁলোকৰ লগত ধৈৰ্য্য ধৰক। (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“সকলো সমস্যা নিশ্চয় শেষ হʼব”: (১৫ মি.) আলোচনা। বিভক্ত জগতত একত্ৰিত লোক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪২ আৰু প্ৰাৰ্থনা