ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱালৈ অপেক্ষা কৰক
দায়ূদে বিচৰা হʼলে নিজৰ সমস্যাবোৰ শেষ কৰিব পাৰিলেহেঁতেন (১চমূ ২৪:৩-৫)
দায়ূদে পৰিস্থিতিক যিহোৱাৰ দৃষ্টিৰে চালে আৰু নিজকে নিয়ন্ত্ৰণ কৰিলে (১চমূ ২৪:৬, ৭)
যিহোৱাই সকলো ঠিক কৰিব বুলি দায়ূদৰ বিশ্বাস আছিল (১চমূ ২৪:১২, ১৫; w০৪ ৪/১ ১৬ ¶৮)
দায়ূদৰ দৰে আমি ধৈৰ্য্য ধৰা উচিত আৰু যিহোৱালৈ অপেক্ষা কৰা উচিত। নিজৰ সমস্যা দূৰ কৰিবলৈ আমি এনে কোনো কাম কৰা উচিত নহয়, যিটো বাইবেল সিদ্ধান্তৰ অনুসৰি ভুল হয়।—যাকো ১:৪; w০৪-HI ৬/১ ২২-২৩