Skip to content

Skip to table of contents

এপ্ৰিল ৪-১০

১ চমূৱেল ২০-২২

এপ্ৰিল ৪-১০
  • গীত ৯০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ভাল বন্ধু হওক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১চমূ ২১:১২, ১৩—দায়ূদে যি কৰিলে, তাৰপৰা আমি কি শিকোঁ? (w০৫ ৪/১ ২১ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১চমূ ২২:১-১১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাৎ: (২ মি.) এনে এজন ব্যক্তিক পুনৰ সাক্ষাৎ কৰক, যিজন ব্যক্তিয়ে আগ্ৰহ দেখুৱাইছিল আৰু আপুনি তেওঁক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল। (শিক্ষা অধ্যায় ৬)

  • পুনৰ সাক্ষাৎ: (৫ মি.) স্মৰণীয় ভাষণ শেষ হোৱাৰ পাছত আপুনি যিজন ব্যক্তিক নিমন্ত্ৰণ-পত্ৰ দিছিল, তেওঁৰ লগত পাতক। তেওঁ কাৰ্য্যক্ৰমৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ক। (শিক্ষা অধ্যায় ১২)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৪, ভাগ ৩ (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন