Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ভাল বন্ধু হওক

ভাল বন্ধু হওক

যেতিয়া আপোনাৰ বন্ধু সমস্যাত পৰে, তেতিয়া তেওঁক শান্ত্বনা দিয়ক আৰু উৎসাহিত কৰক (১চমূ ২০:১, ২; w১৯.১১-HI ৭ ¶১৮)

যদি আপোনাৰ বন্ধুক বিপদত পৰা দেখে, তেনেহʼলে তেওঁক সতৰ্ক কৰক (১চমূ ২০:১২, ১৩; w০৮-HI ২/১৫ ৮ ¶৭)

যেতিয়া আপোনাৰ বন্ধুৰ বিষয়ে মিছা কথা কোৱা হয়, তেতিয়া তেওঁৰ ফলীয়া হৈ কওক (১চমূ ২০:৩০-৩৩; w০৯-HI ১০/১৫ ১৯ ¶১১)

যিহোৱাৰ সেৱকসকলৰ ওচৰত ভাল বন্ধু পতাৰ বহুতো সুযোগ আছে। কিন্তু প্ৰথমে আমি নিজে এনে গুণ বঢ়োৱা উচিত, যাতে আনে আমাৰ লগত বন্ধুত্ব কৰিব বিচাৰে। আপুনি মণ্ডলীত কাৰ লগত বন্ধুত্ব কৰিব বিচাৰে?