ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বলিদানতকৈ আজ্ঞা পালন কৰাটো উত্তম
যিহোৱাৰ ভৱিষ্যতবক্তাই ৰজা চৌলক স্পষ্টকৈ নিৰ্দেশনা দিছিল (১চমূ ১৫:৩)
ৰজা চৌলে যিহোৱাৰ সকলো নিৰ্দেশনা পালন কৰা নাছিল আৰু অজুহাত দেখুৱাইছিল (১চমূ ১৫:১৩-১৫)
যিসকল লোকে যিহোৱাৰ আজ্ঞা পালন নকৰে, যিহোৱাই তেওঁলোকৰ উপাসনা গ্ৰহণ নকৰে (১চমূ ১৫:২২, ২৩; w০৭-HI ৭/১ ১৯ ¶৪; it-২-E ৫২১ ¶২)
নিজকে সোধক, ‘সংগঠনৰপৰা অহা নিৰ্দেশনাবোৰ মই লগে লগে আৰু সম্পূৰ্ণৰূপে পালন কৰোঁনে?’