Skip to content

Skip to table of contents

মাৰ্চ ২১-২৭

১ চমূৱেল ১৬-১৭

মাৰ্চ ২১-২৭
  • গীত ৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যুদ্ধ যিহোৱাৰেই”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১চমূ ১৬:১৪—যিহোৱাই চৌলৰপৰা নিজৰ পবিত্ৰ আত্মা নিয়াৰ পাছত কি হʼল? (w০৫ ৪/১ ২০ )

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১চমূ ১৬:১-১৩ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (২ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১১)

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) সহকৰ্মী, সহপাঠী বা পৰিয়ালৰ এনে এজন সদস্যক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক, যাক আপুনি আগতে সাক্ষ্য দিছিল। (শিক্ষা অধ্যায় ২)

  • পুনৰ সাক্ষাৎ: (৩ মি.) এনে এজন ব্যক্তিক পুনৰ সাক্ষাৎ কৰক, যিজন ব্যক্তিয়ে আগ্ৰহ দেখুৱাইছিল আৰু আপুনি তেওঁক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল। (শিক্ষা অধ্যায় ৪)

  • পুনৰ সাক্ষাৎ: (৩ মি.) এনে এজন ব্যক্তিক পুনৰ সাক্ষাৎ কৰক, যিজন ব্যক্তিয়ে আগ্ৰহ দেখুৱাইছিল আৰু আপুনি তেওঁক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল। তেওঁক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক। (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন