মাৰ্চ ২৮–এপ্ৰিল ৩
১ চমূৱেল ১৮-১৯
গীত ৩৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“সফলতা লাভ কৰিলেও নম্ৰ হৈ থাকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১চমূ ১৯:২৩, ২৪—চৌলে ‘ভাববাদীৰ’ দৰে ব্যৱহাৰ কৰিলে, ইয়াৰ অৰ্থ কি হʼব পাৰে? (it-২-E ৬৯৫-৬৯৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১চমূ ১৮:২৫–১৯:৭ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক”: (১০ মি.) আলোচনা। নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক নামৰ ভিডিঅʼখন দেখুৱাওক।
ভাষণ: (৫ মি.) km ১/০৩ ১—বিষয়: এনে এক কাৰ্য্য কৰিবলৈ নম্ৰতা হোৱা আৱশ্যক। (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১২৫ আৰু প্ৰাৰ্থনা