Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সফলতা লাভ কৰিলেও নম্ৰ হৈ থাকক

সফলতা লাভ কৰিলেও নম্ৰ হৈ থাকক

লোকসকলে দায়ূদৰ প্ৰশংসা কৰিলে (১চমূ ১৮:৫-৭; w০৪ ৪/১ ১৫ ¶৪)

যিহোৱাৰ সহায়ত দায়ূদে সকলো কামত সফলতা লাভ কৰিলে (১চমূ ১৮:১৪)

দায়ূদে নম্ৰ হৈ থাকিল (১চমূ ১৮:২২, ২৩; w১৮.০১-HI ২৮ ¶৬-৭)

যেতিয়া আমি যিহোৱাৰপৰা আশীৰ্বাদ লাভ কৰোঁ, সেইসময়ত আমি কিয় নম্ৰ হৈ থকা উচিত? নম্ৰ হৈ থাকিবলৈ আমি কি কৰা উচিত?