ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
অহংকাৰ কৰিলে অপমান হয়
ৰজা চৌলে ভাবিছিল যে তেওঁৰ ওচৰত আৰু কোনো উপায় নাই (১চমূ ১৩:৫-৭)
চৌলে নিজৰ সীমা বুজি যিহোৱাৰ আজ্ঞা পালন কৰাৰ পৰিৱৰ্তে তেওঁ অহংকাৰ কৰিলে (১চমূ ১৩:৮, ৯; w২০.০৮ ১০ ¶১১)
যিহোৱাই চৌলক শাস্তি দিলে (১চমূ ১৩:১৩, ১৪; w০৭-HI ৭/১ ২০ ¶৮)
অহংকাৰ কৰাৰ অৰ্থ হৈছে খৰ-খেদাকৈ বা নভবা-নিচিন্তাকৈ এনে কাম কৰা, যি কাম কৰাৰ অধিকাৰ এজন ব্যক্তিৰ নাই। অহংকাৰী ব্যক্তিয়ে নিজৰ সীমা বুজি নাপায়। এজন ব্যক্তিয়ে কি কি পৰিস্থিতিত অহংকাৰ কৰিব পাৰে?