ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
তেওঁৰ দৃষ্টিত বুদ্ধি বৰ মূল্যৱান আছিল
চিবাৰ ৰাণীয়ে সমস্যাৰে ভৰা এটা দীঘলীয়া যাত্ৰা কৰি চলোমনক লগ কৰিবলৈ আহিলে (২বং ৯:১, ২; w৯৯-HI ১১/১ ২০ ¶৪; w৯৯-HI ৭/১ ৩০ ¶৪-৫)
চলোমনৰ বুদ্ধি আৰু সম্পত্তি দেখি তেওঁ আচৰিত হৈছিল (২বং ৯:৩, ৪; w৯৯-HI ৭/১ ৩০-৩১; বাহিৰত দিয়া ছবিখন চাওক)
তেওঁ যিহোৱাৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে (২বং ৯:৭, ৮; w৯৫-HI ৯/১ ১১ ¶১২)
চিবাৰ ৰাণীৰ বাবে বুদ্ধি ইমানেই মূল্যৱান আছিল যে তেওঁ ইয়াক পাবলৈ ডাঙৰ ডাঙৰ ত্যাগ কৰিবলৈও সাজু আছিল।
নিজকে সোধক: ‘যিদৰে মূল্যৱান ৰত্ন বিচাৰিবলৈ যত্ন কৰা হয়, ঠিক সেইদৰে মই বুদ্ধি বিচাৰিবলৈ যত্ন কৰোঁনে?’—হিতো ২:১-৬.