এপ্ৰিল ১৭-২৩
২ বংশাৱলি ১০-১২
গীত ১০৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“ভাল পৰামৰ্শ পালন কৰাৰ লাভ”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২বং ১১:১৫, NW—ইয়াত উল্লেখ কৰা “ছাগলী দুটাৰ” অৰ্থ হয়তো কি হʼব পাৰে? (it-১-E ৯৬৬-৯৬৭)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২বং ১০:১-১৫ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ৬)
ভাষণ: (৫ মি.) be-HI ৬৯ ¶৪–৭০¶১—বিষয়: বাইবেল বিদ্যাৰ্থীয়ে পৰামৰ্শ বিচাৰিলে তেওঁক অনুসন্ধান কৰিবলৈ শিকাওক। (শিক্ষা অধ্যায় ২০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“বাইবেল অধ্যয়নৰ লগত জড়িত ভিডিঅʼবোৰ কেতিয়া আৰু কাক দেখুৱাম”: (৫ মি.) ভাষণ আৰু ভিডিঅʼ। বাইবেল বিদ্যাৰ্থীক শিকি থাকিবলৈ উৎসাহিত কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৮৭ আৰু প্ৰাৰ্থনা