ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ভাল পৰামৰ্শ পালন কৰাৰ লাভ
ৰহবিয়ামক এটা নিৰ্ণয় লʼবলগীয়া আছিল (২বং ১০:১-৪; w১৮.০৬-HI ১৩ ¶৩)
ৰহবিয়ামে আনৰ পৰা পৰামৰ্শ লʼলে (২বং ১০:৬-১১; w০১-HI ৯/১ ২৮-২৯)
ৰহবিয়ামে ভাল পৰামৰ্শ নামানিলে, সেইবাবে তেওঁ আৰু তেওঁৰ প্ৰজাক বেয়া পৰিণাম ভুগিবলগীয়া হʼল (২বং ১০:১২-১৬; it-২-E ৭৬৮ ¶১)
বৃদ্ধ আৰু পৰিপক্ক খ্ৰীষ্টানসকলৰ বহুতো অভিজ্ঞতা থাকে। সেইবাবে, কোনো এটা নিৰ্ণয়ৰ পৰিণাম কি হʼব, তাৰ বিষয়ে তেওঁলোকে আগতীয়াকৈ অনুমান কৰিব পাৰে।—ইয়ো ১২:১২.
নিজকে সোধক: ‘মণ্ডলীত মই কাৰ পৰা ভাল পৰামৰ্শ পাব পাৰোঁ?’