এপ্ৰিল ২৪-৩০
২ বংশাৱলি ১৩-১৬
গীত ৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২বং ১৫:১৬—আচাৰ দৰে আমি কেনেকৈ সাহসেৰে কাম কৰিব পাৰোঁ? (w১৭.০৩-HI ১৯-২০ ¶৭)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২বং ১৪:১-১৫ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১১)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৯, ভাগ ০৭ আৰু কিছুমান লোকে কয় (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৯৭ আৰু প্ৰাৰ্থনা