Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?

মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?

প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লʼবলগীয়া হয়। জগতৰ লোকসকলে আনক চাই বা আবেগিক হৈ নিৰ্ণয় লয়। (যাত্ৰা ২৩:২; হিতো ২৮:২৬) যিসকল লোকে যিহোৱাৰ ওপৰত ভৰসা কৰে, তেওঁলোকে ‘তেওঁক স্বীকাৰ কৰি’ জীৱনত সকলো কাম কৰে। অৰ্থাৎ বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লয়।—হিতো ৩:৫, ৬.

তলত দিয়া পদবোৰৰ পাছত এনে পৰিস্থিতিৰ বিষয়ে লিখক, যʼত সেই পদৰ সিদ্ধান্ত ব্যৱহাৰ কৰি আপুনি সঠিক নিৰ্ণয় লʼব পাৰে।

বিশ্বাসীসকলৰ দৰে হওক, দুষ্টৰ দৰে নহয়—মোচিৰ দৰে হওক, ফৌৰণৰ দৰে নহয় নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

বাইবেলৰ এটা উদাহৰণৰ বিষয়ে ভবাৰ বাবে ভাইজনে কেনেকৈ সঠিক নিৰ্ণয় লʼবলৈ সহায় পালে?