মাৰ্চ ১৩-১৯
১ বংশাৱলি ২৭-২৯
গীত ১৩৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১বং ২৭:৩৩—হুচয় কেনেকৈ এজন বিশ্বাসী বন্ধুৰ ভাল উদাহৰণ হয়? (w১৭.০৩–HI ২৯ ¶৬-৭)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১বং ২৭:১-১৫ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: লোকসকলক সহায় —মথি ২০:২৬ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
পুনৰ সাক্ষাৎ: (৪ মি.) দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁক নিমন্ত্ৰণ-পত্ৰ দিয়াৰ সময়ত তেওঁ বেছিকৈ জানিব বিছাৰিছিল। তেওঁক যীচুৰ কিয় মৃত্যু হৈছিল নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু আলোচনা কৰক। (শিক্ষা অধ্যায় ৯)
পুনৰ সাক্ষাৎ: (৪ মি.) দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁক নিমন্ত্ৰণ-পত্ৰ দিয়াৰ সময়ত তেওঁ বেছিকৈ জানিব বিছাৰিছিল। তেওঁক দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
সংগঠনে লাভ কৰা সফলতা: (১০ মি.) মাৰ্চ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১১ আৰু প্ৰাৰ্থনা