Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ

এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ

যিহোৱাৰ বিষয়ে ভালদৰে জানিবা (১বং ২৮:৯; w০৫ ৩/১ ১৪ ¶৯)

সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰা (১বং ২৮:৯; w১২-HI ৪/১৫ ১৬ ¶১৩)

ভয় নকৰিবা, যিহোৱাৰ ওপৰত ভৰসা ৰাখা (১বং ২৮:২০; w১৭.০৯-HI ৩২ ¶২০-২১)

এই উপদেশ বৃদ্ধ ৰজা দায়ূদে নিজৰ পুত্ৰ চলোমনক দিছিল। কিয়নো তেওঁ ডেকা আছিল, তেওঁৰ বেছি অভিজ্ঞতা নাছিল আৰু তেওঁক মন্দিৰ বনোৱাৰ এটা ডাঙৰ কাম কৰিবলগীয়া আছিল। এই উপদেশ সকলোৰে বাবে হয়, বিশেষকৈ ডেকা সত্য খ্ৰীষ্টানসকলৰ বাবে। কেনেকৈ বাৰু?