Skip to content

Skip to table of contents

মাৰ্চ ২০-২৬

২ বংশাৱলি ১-৪

মাৰ্চ ২০-২৬
  • গীত ৪১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • ৰজা চলোমনে ভুল নিৰ্ণয় লʼলে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২বং ১:১১, ১২—অকলশৰীয়াকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কথা মনত ৰখা উচিত? (w০৫ ১২/১ ১৯ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২বং ৪:৭-২২ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) আপোনাৰ লগত পঢ়া বা কাম কৰা বা কোনো সম্বন্ধীয় লোকক নিমন্ত্ৰণ দিয়ক, যিজনে আগতে আগ্ৰহ দেখুৱাইছিল। (শিক্ষা অধ্যায় ২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁক নিমন্ত্ৰণ-পত্ৰ দিয়াৰ সময়ত তেওঁ বেছিকৈ জানিব বিচাৰিছল। আমি বাইবেল অধ্যয়নো কৰাওঁ আৰু ইয়াৰ বাবে কোনো টকা-পইচা নলওঁ বুলি তেওঁক কওক। তাৰ পাছত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়েও জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১৭)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৯, ভাগ ০৫ (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৯

  • বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনৰ বাবে আপুনি সাজু আছেনে?: (১৫ মি.) ভাষণ আৰু ভিডিঅʼ। এই ভাগটো সেৱা অধ্যক্ষই আগবঢ়াব। স্মৰণীয় দিনৰ অভিযান কেনেদৰে চলি আছে, তাৰ বিষয়ে মণ্ডলীক জনাওক। ভাল অনুভৱ লাভ কৰা ভাই-ভনীসকলৰ ইন্টাৰভিউ লওক। ৮ আৰু ৯ পৃষ্ঠাত দিয়া স্মৰণীয় দিনৰ লগত জড়িত পদবোৰৰ তালিকাৰ বিষয়ে কওক। স্মৰণীয় দিনৰ বাবে নিজৰ মন প্ৰস্তুত কৰিবলৈ সকলোকে উৎসাহিত কৰক। (ইজ্ৰা ৭:১০) স্মৰণীয় দিনত অহা আলহীসকলক আমি কেনেকৈ প্ৰেমেৰে আদৰণি জনাব পাৰোঁ, তাৰ বিষয়ে কওক। (ৰোম ১৫:৭, mwb১৬.০৩-HI ২) প্ৰভু ভোজৰ পিঠা কেনেকৈ বনোৱা হয় নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৭

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১ আৰু প্ৰাৰ্থনা