মাৰ্চ ২৭–এপ্ৰিল ২
২ বংশাৱলি ৫-৭
গীত ১২৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“সদায় এই ভৱনলৈ মোৰ মন থাকিব”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২বং ৬:২৯, ৩০—চলোমনে প্ৰাৰ্থনাত কোৱা এই কথাৰ পৰা আমি কেনেকৈ শান্ত্বনা পাব পাৰোঁ? (w১১ ৪/১ ১৯ ¶৭)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২বং ৬:২৮-৪২ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি.) স্মৰণীয় ভাষণ শেষ হোৱাৰ পাছত আপুনি যিজন ব্যক্তিক নিমন্ত্ৰণ-পত্ৰ দিছিল, তেওঁৰ লগত কথা পাতক। তেওঁ কাৰ্য্যক্ৰমৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ক। (শিক্ষা অধ্যায় ১৭)
ভাষণ: (৫ মি.) w৯৩-HI ৫/১ ৩২—বিষয়: যদি আমি বাধ্যত পৰি স্মৰণীয় দিনত উপস্থিত হʼব নোৱাৰোঁ, তেন্তে আমি কি কৰা উচিত? (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“তোমাৰ হৃদয়ক ৰক্ষা কৰা”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৮
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ২৮ আৰু প্ৰাৰ্থনা