Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

‘সদায় এই ভৱনলৈ মোৰ মন থাকিব’

‘সদায় এই ভৱনলৈ মোৰ মন থাকিব’

মন্দিৰক যিহোৱাই নিজৰ কাৰণে বাছনি কৰিলে (২বং ৭:১১, ১২)

যিহোৱাই কৈছিল যে তেওঁৰ মন সদায় এই মন্দিৰত থাকিব। অৰ্থাৎ সেই মন্দিৰত কি হৈ আছে, সেয়া জানিবলৈ তেওঁ সদায় আগ্ৰহী হৈ থাকিব (২বং ৭:১৬; w০২ ১১/১ ৫ ¶১)

যিহোৱাই কৈছিল যে ইস্ৰায়েলীসকলে যদি “সকলো হৃদয়েৰে” সঠিক পথত যাবলৈ এৰি দিয়ে, তেনেহʼলে তেওঁ মন্দিৰক ধ্বংস হʼবলৈ দিব (২ বং ৬:১৪; ৭:১৯-২১; it-২-E ১০৭৭-১০৭৮)

মন্দিৰৰ উদ্ঘাটনৰ সময়ত ইস্ৰায়েলীসকলে হয়তো ভাবিছিল যে তেওঁলোকৰো মন সদায় মন্দিৰত থাকিব। কিন্তু দুখৰ বিষয় যে লাহে লাহে তেওঁলোকৰ মন সলনি হʼল আৰু তেওঁলোকে যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিলে।

নিজকে সোধক: ‘মই সকলো হৃদয়েৰে যিহোৱাৰ উপাসনা কৰোঁ বুলি কেনেকৈ দেখুৱাওঁ?’