Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা

মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা

ৰজা দায়ূদে লেবী আৰু পুৰোহিতসকলক মন্দিৰত সেৱা কৰিবলৈ বেলেগ বেলেগ সমূহত ভাগ কৰিলে (১বং ২৩:৬, ২৭, ২৮; ২৪:১, ৩; it-২-E ২৪১, ৬৮৬)

সংগীত ভালকৈ জনা আৰু নতুনকৈ সংগীত শিকাসকলক মন্দিৰত সংগীতৰ দায়িত্ব দিয়া হৈছিল (১বং ২৫:১, ৮; w৯৪-HI ৫/১ ১৬-১৭ ¶৮)

লেবীসকলক পহৰা দিবলৈ, বহুমূলীয়া বস্তু চোৱা-চিতা কৰিবলৈ আৰু আন কিছুমান দায়িত্ব দিয়া হৈছিল (১বং ২৬:১৬-২০; it-১-E ৮৯৮)

আমি শৃংখলাবদ্ধভাৱে যিহোৱাৰ উপাসনা কৰোঁ, কাৰণ তেওঁ সকলোবোৰ শৃংখলাবদ্ধভাৱে কৰে।—১কৰি ১৪:৩৩.

ধ্যানৰ বাবে প্ৰশ্ন: আজিও সত্য খ্ৰীষ্টান মণ্ডলীত সকলো কাম শৃংখলাবদ্ধভাৱে কৰা হয় বুলি কি কথাৰ পৰা জানিব পাৰি?