এপ্ৰিল ২২-২৮
গীতমালা ৩২-৩৩
গীত ১০৩ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. আমি নিজৰ পাপ কিয় মানি লোৱা উচিত?
(১০ মি.)
যেতিয়া দায়ূদে নিজৰ পাপ লুকুৱাবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ অশান্তিত আছিল। এয়া হয়তো বৎচেবাৰ লগত ব্যভিচাৰ কৰাৰ সময়ৰ কথা হয় (গীত ৩২:৩, ৪; w৯৩-E ৩/১৫ ৯ ¶৭)
দায়ূদে যিহোৱাৰ আগত নিজৰ পাপ মানি লʼলে আৰু যিহোৱাই তেওঁক ক্ষমা কৰিলে (গীত ৩২:৫; w২০.০২ ২৪ ¶১৭)
যেতিয়া যিহোৱাই তেওঁক ক্ষমা কৰিলে, তেতিয়া তেওঁ মনৰ শান্তি লাভ কৰিলে (গীত ৩২:১; w০১-HI ৬/১ ৩০ ¶১)
যেতিয়া আমাৰ পৰা কিবা গম্ভীৰ পাপ হয়, তেতিয়া আমি নম্ৰ হৈ তাক মানি লোৱা আৰু যিহোৱাৰ পৰা ক্ষমা বিচৰা উচিত। আমি প্ৰাচীনসকলকো জনোৱা উচিত, তেওঁলোকে আমাক পুনৰ যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব। (যাকো ৫:১৪-১৬) এইদৰে কৰিলে আমি যিহোৱাৰ পৰা শান্তি লাভ কৰিম।—পাঁচ ৩:১৯.
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ৩২:৭—ঈশ্বৰৰ প্ৰকৃত প্ৰেমে আমাক সুৰক্ষিত কৰি ৰাখে বুলি দায়ূদে কেনেকৈ বুজালে? (w২১.১১ ৬ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৩৩:১-২২ (শিক্ষা অধ্যায় ১১)
৪. নম্ৰতাৰে কথা পাতক—পৌলে কি কৰিলে?
(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ১-২ আলোচনা কৰক।
৫. নম্ৰতাৰে কথা পাতক—পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?
(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।
গীত ৭৪
৬. মণ্ডলীৰ প্ৰয়োজনীয়তা
(১৫ মি.)
৭. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫০ ভাগ ১-৫ আৰু নিজৰ সন্তানসকলক সুৰক্ষা দিয়ক নামৰ ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।