মাৰ্চ ১১-১৭
গীতমালা ১৮
গীত ১৪৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ‘যিহোৱা মোৰ উদ্ধাৰকৰ্ত্তাʼ
(১০ মি.)
যিহোৱা শিলা, দুৰ্গ আৰু ঢালৰ দৰে হয় (গীত ১৮:১, ২; w০৯-E ৫/১ ১৪ ¶৪-৫)
যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে (গীত ১৮:৬; w২২.১১ ৯ ¶৫, w২২.০৭ ২০ ¶১)
যিহোৱাই আমাক সহায় কৰে (গীত ১৮:১৬, ১৭; w২২.০৪ ৩ ¶১)
কিছুমান পৰিস্থিতিত যিহোৱাই যিদৰে দায়ূদৰ সমস্যা দূৰ কৰিলে ঠিক সেইদৰে আমাৰো সমস্যা দূৰ কৰিব পাৰে। কিন্তু বহু বাৰ তেওঁ সমস্যাৰ পৰা ওলাই আহিবলৈ ʼউপায়‘ দিয়ে অৰ্থাৎ ধৈৰ্য্য ধৰিবলৈ সহায় কৰে।—১কৰি ১০:১৩
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ১৮:১০ —যিহোৱাই এটা কৰূবত উঠিছিল বুলি লেখকে কিয় কৈছিল? (it-১-E ৪৩২ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ১৮:২০-৩৯ (শিক্ষা অধ্যায় ১০)
৪. দয়া দেখুৱাওক—যীচুৱে কি কৰিলে
(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ১-২ আলোচনা কৰক।
৫. দয়া দেখুৱাওক —যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।
গীত ৬০
৬. মণ্ডলীৰ প্ৰয়োজনীয়তা
(৫ মি.)
৭. সংগঠনে লাভ কৰা সফলতা
(১০ মি.) মাৰ্চ মাহৰ ভিডিঅʼখন দেখুৱাওক।
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৭