Skip to content

Skip to table of contents

মাৰ্চ ১৮-২৪

গীতমালা ১৯-২১

মাৰ্চ ১৮-২৪

গীত ৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে”

(১০ মি.)

যিহোৱাৰ সৃষ্টিয়ে তেওঁৰ মহিমা কৰে (গীত ১৯:১; w০৪ ১/১ ৮ ¶১-২)

সূৰ্য্যক অদ্ভুদ ধৰণে সৃষ্টি কৰা হৈছে (গীত ১৯:৪-৬; w০৪ ৬/১ ১৯-২০ ¶৮-১০)

আমি যিহোৱাই সৃষ্টি কৰা বস্তুবোৰলৈ ধ্যান দি শিক্ষা লাভ কৰা উচিত (মথি ৬:২৮; g৯৫-E ১১/৮ ৭ ¶৩)


পাৰিবাৰিক উপাসনাৰ উপায়: সৃষ্টিৰ বস্তুবোৰলৈ ধ্যান দি চাওক আৰু আলোচনা কৰক যে আপুনি তাৰ পৰা যিহোৱাৰ বিষয়ে কি শিকিলে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৯:৭-৯—এই পদবোৰক কিদৰে লিখা হৈছে বুজাওক। (it-১-E ১০৭৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৯:১-১৪ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। এজন ব্যক্তিক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিয়ক আৰু jw.org-ত চাই জনাওক যে সেই ঠাইত স্মৰণীয় দিন কেতিয়া আৰু কʼত পালন কৰা হʼব। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। স্মৰণীয় দিনৰ ভাষণৰ পাছত আপুনি এনে এজন ব্যক্তিক লগ পাইছে, যিজনে নিজৰ ঘৰত নিমন্ত্ৰণ-পত্ৰ পাইছিল। তেওঁৰ কিছুমান প্ৰশ্ন আছে। তাৰ উত্তৰ দিবলৈ তেওঁৰ লগত কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) ভাষণ। সঘনাই সোধা প্ৰশ্ন-HI ৪৫—বিষয়: যিহোৱাৰ সাক্ষীসকলে যীচুৰ মৃত্যুৰ দিনটো কিয় বেলেগ ধৰণেৰে পালন কৰে? (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১৪১

৭. সৃষ্টিৰ বিষয়ে শিকি নিজৰ বিশ্বাস দৃঢ় কৰক

(১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

সৃষ্টিৰ বেলেগ বেলেগ বস্তুৰ ওপৰত মন কৰাৰ বাবে সৃষ্টিকৰ্তাৰ ওপৰত আপোনাৰ বিশ্বাস কেনেকৈ বাঢ়ে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১১৫ আৰু প্ৰাৰ্থনা