এপ্ৰিল ২১-২৭
হিতোপদেশ ১০
গীত নং ৭৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. প্ৰকৃত অৰ্থত ধনী হʼবলৈ কিহৰ প্ৰয়োজন?
(১০ মি.)
প্ৰকৃত অৰ্থত ধনী হʼবলৈ আমি আনক যিহোৱাৰ বিষয়ে শিকাবলৈ পৰিশ্ৰম কৰাটো অতি গুৰুত্বপূৰ্ণ (হিতো ১০:৪, ৫; w০১-HI ৭/১৫ ২৪ ¶৮, ২৫ ¶২)
ভাল ব্যক্তি হোৱা ধন-সম্পত্তিতকৈ বেছি গুৰুত্বপূৰ্ণ (হিতো ১০:১৫, ১৬; w০১-HI ৯/১৫ ২৪ ¶৩-৪)
যিহোৱাৰ আশীৰ্বাদে প্ৰকৃত অৰ্থত ধনী কৰি তুলে(হিতো ১০:২২; it-১-E ৩৪০)
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
হিতো ১০:২২—ঈশ্বৰৰ প্ৰতিজন সেৱকে কি আশীৰ্বাদ লাভ কৰিব? (w২০.০৮ ১৭ ¶১২)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) হিতো ১০:১-১৯ (শিক্ষা অধ্যায় ১০)
৪. কথা-বতৰা আৰম্ভ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই কয় যে তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)
৫. কথা-বতৰা আৰম্ভ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)
৬. পুনৰ লগ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনে যিটো বিষয়ত আগ্ৰহী, তাৰ লগত জড়িত তথ্য jw.org-ত কেনেকৈ বিচাৰিব পাৰে, তাৰ বিষয়ে দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)
গীত নং ১১১
৭. কি কি আশীৰ্বাদে যিহোৱাৰ সেৱকসকলক ধনী কৰি তুলে?
(৭ মি.) আলোচনা।
এই শেষ কালত যিহোৱাই নিজৰ সেৱকসকলক বহুতো আশীৰ্বাদ দি আছে। এই আশীৰ্বাদবোৰৰ বাবে আমি সমস্যাৰ সময়তো আনন্দিত থাকিব পাৰোঁ আৰু ইয়ে আমাক প্ৰকৃত অৰ্থত ধনী কৰি তুলে। (গীত ৪:৩; হিতো ১০:২২) তলত দিয়া পদবোৰ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক সোধক যে ইয়াত কোৱা আশীৰ্বাদবোৰে আমাক কেনেকৈ ধনী কৰি তুলে।
বেছিকৈ সেৱা কৰাৰ সুযোগ বিচাৰি যিহোৱাৰ বহুতো সেৱকে বৰ আনন্দিত আছে।
ডেকা সকল—শান্তিৰ পথক বাছনি কৰক! ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
-
হাৰ্লে, অঞ্জিল আৰু কাৰ্লিৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?
৮. স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কাৰ্য্যক্ৰমৰ বিষয়ে তথ্য—২০২৫
(৮ মি.) ভাষণ। ভিডিঅʼখন দেখুৱাওক।
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১২ ১০-১৩ ¶১১-১৮