মাৰ্চ ১০-১৬
হিতোপদেশ ৪
গীত নং ৩৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. “তোমাৰ হৃদয়ক ৰক্ষা কৰা”
(১০ মি.)
‘হৃদয়ৰ’ অৰ্থ হৈছে আমাৰ আন্তৰিক মনুষ্যত্ব (গীত ৫১:৬; w১৯.০১-HI ১৫ ¶৪)
ইয়াক সুৰক্ষা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ (হিতো ৪:২৩ক; w১৯.০১-HI ১৭ ¶১০-১১; ১৮ ¶১৪; দিয়া ছবিখন চাওক)
আমাৰ হৃদয় কেনেকুৱা, তাৰ ওপৰতে আমাৰ জীৱন নিৰ্ভৰ কৰে (হিতো ৪:২৩খ; w১২-E ৫/১ ৩২ ¶২)
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
হিতো ৪:১৮—এজন খ্ৰীষ্টানে কেনেকৈ যিহোৱাৰ আৰু কাষ চাপি আহে, তাৰ বিষয়ে এই পদৰ পৰা কেনেকৈ জানিব পাৰি? (w২১.০৮ ৮-৯ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) হিতো ৪:১-১৮ (শিক্ষা অধ্যায় ১২)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আপুনি গৃহস্থক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ-পত্ৰ দিছে আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছে। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)
৫. কথা-বতৰা আৰম্ভ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। নিজৰ কোনো চিনাকি লোকক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)
৬. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ১৯—বিষয়: যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে? (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)
গীত নং ১৬
৭. সংগঠনে লাভ কৰা সফলতা
(১০ মি.) মাৰ্চ মাহৰ ভিডিঅʼখন দেখুৱাওক।
৮. শনিবাৰ, ১৫ মাৰ্চৰ পৰা স্মৰণীয় দিনৰ অভিযান আৰম্ভ হʼব
(৫ মি.) এই ভাষণ প্ৰচাৰ সমূহৰ অধ্যক্ষই দিব। এই অভিযান, বিশেষ ভাষণ আৰু স্মৰণীয় দিনৰ বাবে কি কি ব্যৱস্থা কৰা হৈছে, তাৰ বিষয়েও জনাওক। মাৰ্চ-এপ্ৰিল মাহত প্ৰচাৰত বেছিকৈ ভাগ লʼবলৈ সকলোকে উৎসাহিত কৰক।
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১১ ২০-২২ ¶১-৬