Skip to content

Skip to table of contents

মাৰ্চ ৩১-এপ্ৰিল ৬

হিতোপদেশ ৭

মাৰ্চ ৩১-এপ্ৰিল ৬

গীত নং ৩৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. প্ৰলোভিত কৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক

(১০ মি.)

এজন নিৰ্ব্বোধ ডেকাই জানি-শুনি এনে এলেকালৈ যায়, যʼত বেশ্যাসকলে থাকে (হিতো ৭:৭-৯; w০০-HI ১১/১৫ ২৯ ¶৫)

এজনী বেশ্যাই তেওঁক তাইৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ প্ৰলোভিত কৰে (হিতো ৭:১০, ১৩-২১; w০০-HI ১১/১৫ ৩০ ¶৪-৬)

নিজকে এনে পৰিস্থিতিত পেলাই তেওঁ বেয়া পৰিণাম ভুগে (হিতো ৭:২২, ২৩; w০০-HI ১১/১৫ ৩১ ¶২)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৭:৩—আমি কেনেকৈ ঈশ্বৰৰ আজ্ঞাবোৰ নিজৰ আঙুলিত বান্ধিব পাৰোঁ আৰু হৃদয়ৰ ফলিত লিখিব পাৰোঁ? (w০০-HI ১১/১৫ ২৯ ¶১)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৭:৬-২০ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ আপুনি গৃহস্থক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যোৱাবাৰ আপুনি ব্যক্তিজনক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

৬. পুনৰ লগ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। যোৱাবাৰ আপুনি ব্যক্তিজনক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৩

৭. আন এটা ভাল সুযোগ নোপোৱালৈকে (লূক ৪:৬)

(১৫ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  •   যীচুক কেনেকৈ প্ৰলোভিত কৰা হৈছিল আৰু আমাকো কেনেকৈ প্ৰলোভিত কৰা হʼব পাৰে?

  •   আমি কেনেকৈ এনে পৰিস্থিতিৰ সন্মুখীন হʼব পাৰোঁ?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭০ আৰু প্ৰাৰ্থন