আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা মাৰ্চ 2018
আলোচনাৰ বাবে আৰ্হি
স্মৰণীয় দিনৰ অভিযান আৰু প্ৰশ্নবোৰৰ আধাৰত আলোচনা: যীচুৱে কিয় মৃত্যুবৰণ কৰিবলগীয়া হৈছিল? মুক্তিপণস্বৰূপ বলিদানে কি সম্পন্ন কৰে?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক”
আমি যিহোৱা ঈশ্বৰৰ সেৱাত কেৱল আনৰ চকুত পৰাকৈ বা আনৰপৰা প্ৰশংসা পাবলৈ কাম কৰোঁ নেকি? এজন নম্ৰ পৰিচাৰকে এনেধৰণৰ কাৰ্য্যবোৰ কৰে, যিবোৰ কেৱল যিহোৱা ঈশ্বৰেহে লক্ষ্য কৰে।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
দুটা প্ৰধান আজ্ঞাক পালন কৰক
বাইবেলত বৰ্ণনা কৰা দুটা প্ৰধান আজ্ঞাৰ বিষয়ে যীচুৱে কি কৈছিল? আমি এই আজ্ঞাবোৰ পালন কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি
আমি ঈশ্বৰ আৰু আমাৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰা উচিত। এনেধৰণৰ প্ৰেম আহৰণ কৰাৰ এটা উপায় হৈছে প্ৰতিদিনে বাইবেল পঢ়া।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
শেষ-কালৰ এই সময়ছোৱাত আধ্যাত্মিকভাৱে জাগ্ৰত থাকক
বৰ্তমান সময়ত বহুতোলোকে দৈনন্দিন কাম-কাজত ইমানেই ব্যস্ত হৈ পৰিছে যে তেওঁলোকে আধ্যাত্মিক কাম-কাজৰ বাবে সময় উলিয়াব নোৱাৰা হৈছে। কিন্তু আধ্যাত্মিকভাৱে সতৰ্ক হৈ থকা সত্য খ্ৰীষ্টানসকলৰ দৃষ্টিভংগী কেনেকৈ বেলেগ?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত
যীচুৱে উল্লেখ কৰা এই বাক্যই কেনেকৈ প্ৰমাণ কৰে যে আমি শেষ-কালৰ একেবাৰে অন্তিম পৰ্য্যায়ত জীয়াই আছোঁ? এই প্ৰশ্নৰ উত্তৰ ’এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত’ নামৰ ভিডিঅ’খনত দিয়া হৈছে।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পৰ দি থাকা”
দহজনী কন্যাৰ দৃষ্টান্তত বৰ্ণনা কৰা দৰা, সুবুদ্ধি কন্যা আৰু নিৰ্ব্বুদ্ধি কন্যাই কাক চিত্ৰিত কৰে? এই দৃষ্টান্তই আপোনাৰ বাবে কি অৰ্থ ৰাখে?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—বাইবেল বিদ্যাৰ্থীসকলক আগতীয়াকৈ প্ৰস্তুতি কৰিবলৈ শিকাওক
আৰম্ভণিৰপৰাই আমাৰ বিদ্যাৰ্থীসকলক আগতীয়াকৈ বাইবেল অধ্যয়নৰ বাবে প্ৰস্তুতি কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ সহায় কৰা উচিত। আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ?