Skip to content

Skip to table of contents

মাৰ্চ ২২-২৩

মথি ২২-২৩

মাৰ্চ ২২-২৩
  • গীত ৫১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • দুটা প্ৰধান আজ্ঞা পালন কৰক”: (১০ মি.)

    • মথি ২২:৩৬-৩৮—প্ৰধান আৰু প্ৰথম আজ্ঞা পালন কৰাত কি কি জড়িত আছে, তাৰ বিষয়ে এই পদবোৰে কি বৰ্ণনা কৰিছে? (“হৃদয়,” “প্ৰাণ,” “চিত্তমথি ২২:৩৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২২:৩৯—মোচিৰ নিয়মত উল্লেখ কৰা দ্বিতীয় আজ্ঞাটো কি? (“দ্বিতীয়টো,” “চুবুৰীয়ামথি ২২:৩৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২২:৪০—গোটেই হীব্ৰু শাস্ত্ৰপদ প্ৰেমৰ ওপৰত আধাৰিত (“গোটেই বিধান আৰু ভাববাদীসকলৰ,” “ওলমি আছেমথি ২২:৪০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২২:২১—“কৈচৰক” আৰু “ঈশ্বৰক” কি কি দিয়া উচিত? (“যি কৈচৰৰ, তাক কৈচৰক দিয়া,” “যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়ামথি ২২:২১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২৩:২৪—এই পদৰ যোগেদি যীচুৱে কি ক’ব বিচাৰিছিল? (“তোমালোকে পোক এটাকে ছাকি পেলাই, উটকে গিলাহঁকমথি ২৩:২৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২২:১-২২

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৭

  • ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি”: (১৫ মি.) আলোচনা। বাইবেল পঢ়াৰ সময়ত আমি আমাৰ কল্পনাশক্তি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, তাক জানিবলৈ যিহোৱাই হৈছে একমাত্ৰ সত্য ঈশ্বৰ—এক আভাস নামৰ নাটকৰ আকাৰত বাইবেল পঢ়া অডিঅ’খন চলাওক। শ্ৰোতাসকলে নিজৰ বাইবেলত ১ ৰাজাৱলি ১৮:১৭-৪৬ চাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৪ ¶১-২

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫ আৰু প্ৰাৰ্থনা