Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২২-২৩

দুটা প্ৰধান আজ্ঞাক পালন কৰক

দুটা প্ৰধান আজ্ঞাক পালন কৰক

২২:৩৬-৩৯

সভাত উপস্থিত থকাৰ কাৰণসমূহ তলত উল্লেখ কৰা হৈছে। মথি ২২:৩৬-৩৯-ৰ সহায়ত সভাত উপস্থিত থকাৰ কাৰণ ক্ৰম অনুসৰি বৰ্ণনা কৰক:

  • উৎসাহিত হ’বলৈ

  • আমাৰ ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ

  • যিহোৱাক উপাসনা কৰিবলৈ আৰু তেওঁৰ প্ৰতি প্ৰেম দেখুৱাবলৈ

সভাৰপৰা মোৰ কোনো লাভ নহ’ব বুলি ভবাৰ পৰিৱৰ্তে বা শাৰীৰিকভাৱে ভাগৰি যোৱাৰ সত্ত্বেও আমি কিয় সভাত উপস্থিত থকা উচিত?

মোচিৰ নিয়মত উল্লেখ কৰা দুটা প্ৰধান আজ্ঞা পালন কৰাৰ আৰু কি কি উপায় আছে?