Skip to content

Skip to table of contents

মাৰ্চ ১৯-২৫

মথি ২৪

মাৰ্চ ১৯-২৫
  • গীত ৪৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • শেষ-কালৰ এই সময়ছোৱাত আধ্যাত্মিকভাৱে জাগ্ৰত থাকক”: (১০ মি.)

    • মথি ২৪:১২—অধৰ্ম্ম বাঢ়ি যোৱাৰ ফলত লোকসকলৰ প্ৰেম চেঁচা হৈ গৈছে ( it-2-E ২৭৯ ¶৬)

    • মথি ২৪:৩৯—কিছুমান লোকে দৈনন্দিন কাম-কাজত বেছিকৈ ব্যস্ত হৈ যাব আৰু ইয়ে তেওঁলোকক অন্যমনস্ক কৰি তুলিব ( w৯৯-HI ১১/১৫ ১৯ )

    • মথি ২৪:৪৪—আশা নকৰাৰ সময়ত ঘৰৰ গৰাকী আহিব ( jy-E ২৫৯ ¶৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২৪:৮—যীচুৰ কথাষাৰে কি বুজায়? (“যাতনাৰ আৰম্ভণহেমথি ২৪:৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২৪:২০—যীচুৱে এই কথাষাৰ কিয় কৈছিল? (“জাৰকালি,” “বিশ্ৰাম-বাৰেমথি ২৪:২০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২৪:১-২২

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। প্ৰথম সাক্ষাতত লগ পোৱা ব্যক্তিজন ঘৰত নাই, কিন্তু তেওঁৰ এজন সম্বন্ধীয় লোকক লগ পাইছে।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন