Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত

এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত

এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত নামৰ ভিডিঅ’খন চাওক আৰু মথি ২৪:৩৪ পদৰ ওপৰত আধাৰিত এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ক।

  • “এই সকলো” বুলিলে কি বুজায়?

  • যাত্ৰাপুস্তক ১:৬ পদে আমাক ‘এই কাল’ শব্দটোৰ সঠিক অৰ্থ জানিবলৈ কেনেকৈ সহায় কৰে?

  • এই কাল বুলি কওঁতে, যীচুৱে বিশেষকৈ কোনটো সময়ৰ বিষয়ে কৈছিল?

  • এই পদত উল্লেখ কৰা ‘এই কালত’ কি দুটা সমূহ জড়িত আছে?

  • যীচুৱে উল্লেখ কৰা এই বাক্যই কেনেকৈ প্ৰমাণ কৰে যে আমি শেষ-কালৰ একেবাৰে অন্তিম পৰ্য্যায়ত জীয়াই আছোঁ?