Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৪

শেষ-কালৰ এই সময়ছোৱাত আধ্যাত্মিকভাৱে জাগ্ৰত থাকক

শেষ-কালৰ এই সময়ছোৱাত আধ্যাত্মিকভাৱে জাগ্ৰত থাকক

২৪:৩৯

বৰ্তমান সময়ত বহুতোলোকে দৈনন্দিন কাম-কাজত ইমানেই ব্যস্ত হৈ পৰিছে যে তেওঁলোকে আধ্যাত্মিক কাম-কাজৰ বাবে সময় উলিয়াব নোৱাৰা হৈছে। আমাৰ চাৰিওফালে থকা লোকসকলৰ তুলনাত আধ্যাত্মিকভাৱে সজাগ হৈ থকা সত্য খ্ৰীষ্টানসকলে এই বিষয়বোৰৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখে? . . .

  • শিক্ষা?

  • মনোৰঞ্জন?

  • চাকৰি বা ব্যৱসায়?

  • ধন-সম্পত্তি?