Skip to content

Skip to table of contents

মাৰ্চ ৫-১১

মথি ২০-২১

মাৰ্চ ৫-১১
  • গীত ১৫৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক”: (১০ মি.)

    • মথি ২০:৩—অহংকাৰী অধ্যাপক আৰু ফৰীচীসকলে ‘বজাৰত’ লোকসকলে তেওঁলোকক সম্ভাষণ জনোৱাটো বিচাৰিছিল (“বজাৰমথি ২০:৩ পদৰ ওপৰত ভিডিঅ’, nwtsty)

    • মথি ২০:২০, ২১—দুজন পাঁচনিয়ে যীচুক সন্মানীয় পদ আৰু অধিকাৰৰ বাবে যাচনা কৰিছিল (“চিবদিয়ৰ পুত্ৰৰ মাক,” “এটাই আপোনাৰ সোঁহাতে, আৰু আনটোৱে বাওঁহাতেমথি ২০:২০, ২১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২০:২৫-২৮—যীচুৱে নিজৰ শিষ্যসকলক নম্ৰতাৰে সেৱা-শুশ্ৰূষা কৰিবলৈ শিক্ষা দিছিল (“পৰিচাৰক,” “সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈমথি ২০:​২৬, ২৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২১:৯—লোকসমূহে এইদৰে চিঞৰিছিল: “জয়! জয়! দায়ূদৰ সন্তান।” ইয়াৰ দ্বাৰা তেওঁলোকে কি ক’ব বিচাৰিছিল? (“জয়! জয়,” “দায়ূদৰ সন্তানমথি ২১:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২১:১৮-২০—ডিমৰু গছজোপা শুকাই যোৱাৰ কি কাৰণ আছিল? ( jy-E ২৪৪ ¶৪-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২০:১-১৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩১

  • স্থানীয় প্ৰয়োজনীয়তা: (৫ মি.)

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) মাৰ্চ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৩ ¶৪-৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৮ আৰু প্ৰাৰ্থনা