দক্ষিণ আফ্ৰিকাত এজন ভায়ে বাইবেল বিদ্যাৰ্থীক শিকাবলৈ এখন ভিডিঅ’ দেখুৱাইছে

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা মাৰ্চ 2019

আলোচনাৰ বাবে আৰ্হি

মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে ধাৰাবাহিকৰূপে আলোচনাৰ বাবে আৰ্হি।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?

যদি কোনোবাই আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনেহ’লে খ্ৰীষ্টান হিচাপে আমি তেওঁৰ লগত কেনে ব্যৱহাৰ কৰাৰ প্ৰয়োজন?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক

যিহোৱা ঈশ্বৰে নিজৰ বাক্যৰ যোগেদি আমাক শান্ত্বনা দিয়ে আৰু উৎসাহিত কৰে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপুনি স্বাভাৱিক ব্যক্তি নে আত্মিক ব্যক্তি?

আমি সকলোৱে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক দৃঢ় কৰা উচিত আৰু আধ্যাত্মিক ব্যক্তি হিচাপে আগবাঢ়ি যোৱা উচিত।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা​—ভালদৰে চিঠি লিখক

বিশেষকৈ অচিনাকী লোকসকলক চিঠি লিখাৰ সময়ত আমি কিছুমান বিষয় ধ্যান দিয়াৰ প্ৰয়োজন।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চিঠিৰ আৰ্হি

উদ্দেশ্য, পৰিস্থিতি আৰু পৰম্পৰাৰ অনুসৰি আপুনি আপোনাৰ চিঠিখন সাল-সলনি কৰিব পাৰে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”

বহিষ্কাৰৰ ব্যৱস্থাই কেনেকৈ প্ৰেম প্ৰকাশ কৰে?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বাইবেল বিদ্যাৰ্থীসকলক ভিডিঅ’ দেখুৱাই শিক্ষা দিয়ক

আপুনি আপোনাৰ বাইবেল বিদ্যাৰ্থীক শিকোৱাৰ সময়ত ভিডিঅ’ দেখুৱাইনে?