মাৰ্চ ১১-১৭
ৰোমীয়া ১৫-১৬
গীত ৩৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক”: (১০ মি.)
ৰোম ১৫:৪—শান্ত্বনাৰ বাবে ঈশ্বৰৰ বাক্য পঢ়ক (w১৭.০৭-HI ১৪ ¶১১)
ৰোম ১৫:৫, ৬—“ধৈৰ্য্য” ধৰিবলৈ আৰু ‘শান্ত্বনা’ পাবলৈ যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰক (w১৬.০৪-HI ১৪ ¶৫)
ৰোম ১৫:১৩—যিহোৱা ঈশ্বৰে আমাক আশা দিয়ে (w১৪-HI ৬/১৫ ১৪ ¶১১)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ৰোম ১৫:২৭—যিহূদী নোহোৱা খ্ৰীষ্টানসকল কেনেকৈ যিৰূচালেমত বাস কৰা খ্ৰীষ্টানসকলৰ ‘ধৰুৱা’ আছিল? (w৮৯-E ১২/১ ২৪ ¶৩)
ৰোম ১৬:২৫—“যি নিগূঢ়-তত্ত্ব অনাদি কালৰে পৰা গুপুতে ৰখা” হৈছিল, সেয়া কি? (it-১-E ৮৫৮ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১৫:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১০)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১২৯
যিহোৱা ঈশ্বৰে ‘ধৈৰ্য্য আৰু শান্ত্বনা’ কেনেকৈ দিয়ে: (১৫ মি.) ভিডিঅ’খন দেখুৱাওক । তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
শান্ত্বনা লাভ কৰাৰ বিষয়ে আপুনি কি শিকিলে?
শান্ত্বনা দিয়াৰ বিষয়ে আপুনি কি শিকিলে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১ ¶১১-১৭
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১ আৰু প্ৰাৰ্থনা