Skip to content

Skip to table of contents

মাৰ্চ ১১-​১৭

ৰোমীয়া ১৫-১৬

মাৰ্চ ১১-​১৭
  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক”: (১০ মি.)

    • ৰোম ১৫:৪—শান্ত্বনাৰ বাবে ঈশ্বৰৰ বাক্য পঢ়ক (w১৭.০৭-HI ১৪ ১১)

    • ৰোম ১৫:৫, ৬—“ধৈৰ্য্য” ধৰিবলৈ আৰু ‘শান্ত্বনা’ পাবলৈ যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰক (w১৬.০৪-HI ১৪ )

    • ৰোম ১৫:১৩—যিহোৱা ঈশ্বৰে আমাক আশা দিয়ে (w১৪-HI ৬/১৫ ১৪ ১১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ৰোম ১৫:২৭—যিহূদী নোহোৱা খ্ৰীষ্টানসকল কেনেকৈ যিৰূচালেমত বাস কৰা খ্ৰীষ্টানসকলৰ ‘ধৰুৱা’ আছিল? (w৮৯-E ১২/১ ২৪ )

    • ৰোম ১৬:২৫—“যি নিগূঢ়-তত্ত্ব অনাদি কালৰে পৰা গুপুতে ৰখা” হৈছিল, সেয়া কি? (it-১-E ৮৫৮ )

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১৫:​১-​১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২৯

  • যিহোৱা ঈশ্বৰে ‘ধৈৰ্য্য আৰু শান্ত্বনা’ কেনেকৈ দিয়ে: (১৫ মি.) ভিডিঅ’খন দেখুৱাওক । তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

    • শান্ত্বনা লাভ কৰাৰ বিষয়ে আপুনি কি শিকিলে?

    • শান্ত্বনা দিয়াৰ বিষয়ে আপুনি কি শিকিলে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১ ১১-১৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১ আৰু প্ৰাৰ্থনা