Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ১৫-​১৬

ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক

ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক

১৫:৪-​৭

যিহোৱা ঈশ্বৰে আমাক শান্ত্বনা দিয়া আৰু ধৈৰ্য্য ধৰিবলৈ সহায় কৰাৰ এটা উপায় হৈছে তেওঁৰ বাক্য, অৰ্থাৎ বাইবেল। বাইবেলৰ এই উদাহৰণবোৰৰপৰা আপুনি কেনেকৈ শান্ত্বনা লাভ কৰিছে আৰু উৎসাহিত হৈছে?

  • নোহ

  • যোচেফ

  • দায়ূদ