মাৰ্চ ১৮-২৪
১ কৰিন্থীয়া ১-৩
গীত ১২৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আপুনি স্বাভাৱিক ব্যক্তি নে আত্মিক ব্যক্তি?”: (১০ মি.)
[১ কৰিন্থীয়া কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
১কৰি ২:১৪—‘স্বাভাৱিক মানুহ’ বুলিলে কি বুজায়? (w১৮.০২-HI ১৯ ¶৪-৫)
১কৰি ২:১৫, ১৬—“আত্মিক” ব্যক্তি বুলিলে কি বুজায়? (w১৮.০২-HI ১৯ ¶৬; ২২ ¶১৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১কৰি ১:২০—ঈশ্বৰে কেনেকৈ ‘জগতৰ জ্ঞানক মূৰ্খতা’ কৰিছে? (it-২-E ১১৯৩ ¶১)
১কৰি ২:৩-৫—পাঁচনি পৌলৰ উদাহৰণে আমাক কেনেকৈ সহায় কৰে? (w০৮-HI ৭/১৫ ২৭ ¶৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ১:১-১৭ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)
প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৮
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—ভালদৰে চিঠি লিখক”: (৮ মি.) আলোচনা।
মাৰ্চ ২৩, শনিবাৰৰপৰা স্মৰণীয় দিনৰ অভিযানৰ আৰম্ভণি: (৭ মি.) সেৱা সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। সকলোকে এখনকৈ নিমন্ত্ৰণ-পত্ৰ দিয়ক আৰু পুনৰালোচনা কৰক। আলোচনাৰ বাবে আৰ্হি ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক। স্থানীয় প্ৰয়োজনীয়তা অনুসৰি প্ৰস্তুত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় কিতাপখনৰ অতিৰিক্ত লেখ পৃষ্ঠা ১৯৫-১৯৭
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২ আৰু প্ৰাৰ্থনা