মাৰ্চ ২৫-৩১
১ কৰিন্থীয়া ৪-৬
গীত ১২৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”: (১০ মি.)
১কৰি ৫:১, ২—কৰিন্থ মণ্ডলীত এনে এজন লোকক সহ্য কৰা হৈছিল, যি নিজৰ ভুলৰ বাবে অনুতাপ কৰা নাছিল
১কৰি ৫:৫-৮, ১৩—পৌলে মণ্ডলীৰ লোকসকলক তেওঁলোকৰ মাজৰপৰা ‘খমিৰ’ উলিয়াবলৈ কৈছিল আৰু পাপ কৰা ব্যক্তিজনক চয়তানৰ হাতত গতাই দিবলৈ কৈছিল (it-২-E ২৩০, ৮৬৯-৮৭০)
১কৰি ৫:৯-১১—অনুতাপ নকৰা লোকৰ লগত মণ্ডলীয়ে সংগতি কৰা উচিত নহয় (lv ২৩৭, অতিৰিক্ত লেখ “মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?”)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১কৰি ৪:৯—স্বৰ্গদূতসকলৰ আগত ঈশ্বৰৰ সেৱকসকলে কেনেকৈ “কৌতুকৰ পাত্ৰ” হৈছে? (w০৯-HI ৫/১৫ ২৪ ¶১৬)
১কৰি ৬:৩—যেতিয়া পৌলে “স্বৰ্গদূতবিলাকৰো সোধ-বিচাৰ কৰিম” বুলি লিখিছিল, তেতিয়া তেওঁ হয়তো কিহৰ বিষয়ে কৈছিল? (it-২-E ২১১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ৬:১-১৪ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১১)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ৩৯-৪০ ¶১৯-২১ (শিক্ষা অধ্যায় ৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৭৮
“বাইবেল বিদ্যাৰ্থীসকলক ভিডিঅ’ দেখুৱাই শিক্ষা দিয়ক”: (১৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক য’ত এগৰাকী ভনীয়ে নিজৰ বিদ্যাৰ্থীক শিকোৱাৰ সময়ত ভাল খবৰ ব্ৰচাৰখনৰ পাঠ ৪-ৰ ওপৰত আধাৰিত ভিডিঅ’খন দেখুৱাইছে। তাৰ পাছত ভিডিঅ’খনৰ ওপৰত আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১ ¶১৮-২৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৩২ আৰু প্ৰাৰ্থনা