Skip to content

Skip to table of contents

মাৰ্চ ২৫-​৩১

১ কৰিন্থীয়া ৪-৬

মাৰ্চ ২৫-​৩১
  • গীত ১২৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”: (১০ মি.)

    • ১কৰি ৫:​১, ২​—কৰিন্থ মণ্ডলীত এনে এজন লোকক সহ্য কৰা হৈছিল, যি নিজৰ ভুলৰ বাবে অনুতাপ কৰা নাছিল

    • ১কৰি ৫:​৫-৮, ১৩​—পৌলে মণ্ডলীৰ লোকসকলক তেওঁলোকৰ মাজৰপৰা ‘খমিৰ’ উলিয়াবলৈ কৈছিল আৰু পাপ কৰা ব্যক্তিজনক চয়তানৰ হাতত গতাই দিবলৈ কৈছিল (it-২-E ২৩০, ৮৬৯-​৮৭০)

    • ১কৰি ৫:​৯-১১​—অনুতাপ নকৰা লোকৰ লগত মণ্ডলীয়ে সংগতি কৰা উচিত নহয় (lv ২৩৭, অতিৰিক্ত লেখ “মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?”)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১কৰি ৪:৯​—স্বৰ্গদূতসকলৰ আগত ঈশ্বৰৰ সেৱকসকলে কেনেকৈ “কৌতুকৰ পাত্ৰ” হৈছে? (w০৯-HI ৫/১৫ ২৪ ১৬)

    • ১কৰি ৬:৩​—যেতিয়া পৌলে “স্বৰ্গদূতবিলাকৰো সোধ-বিচাৰ কৰিম” বুলি লিখিছিল, তেতিয়া তেওঁ হয়তো কিহৰ বিষয়ে কৈছিল? (it-২-E ২১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ৬:​১-​১৪ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন