“অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”
বহিষ্কাৰৰ ব্যৱস্থাই বহুতো দুখ দিয়ে, কিন্তু তথাপিও এই ব্যৱস্থাক কিয় প্ৰেমৰ ব্যৱস্থা বুলি কোৱা হয়?
বহিষ্কাৰ কৰা ব্যৱস্থাৰপৰা . . .
-
যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ পায় আৰু তেওঁৰ পবিত্ৰ নামৰ মহিমা হয়।—১পিত ১:১৫, ১৬
-
মণ্ডলীৰ প্ৰতি প্ৰেম প্ৰকাশ পায়। বেয়া প্ৰভাৱৰপৰা সুৰক্ষিত হয়।—১কৰি ৫:৬
-
পাপ কৰাজনৰ প্ৰতি প্ৰেম প্ৰকাশ পায়। তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিব পাৰে।—ইব্ৰী ১২:১১
বহিষ্কাৰ কৰা ব্যক্তিজনৰ পৰিয়ালৰ যিসকল লোক সত্যত আছে, তেওঁলোকক আপুনি কেনেকৈ সহায় কৰিব পাৰে?