Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ৪-৬

“অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”

“অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”

৫:১, ২, ৫-১১, ১৩

বহিষ্কাৰৰ ব্যৱস্থাই বহুতো দুখ দিয়ে, কিন্তু তথাপিও এই ব্যৱস্থাক কিয় প্ৰেমৰ ব্যৱস্থা বুলি কোৱা হয়?

বহিষ্কাৰ কৰা ব্যৱস্থাৰপৰা . . .

  • যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ পায় আৰু তেওঁৰ পবিত্ৰ নামৰ মহিমা হয়।​—১পিত ১:১৫, ১৬

  • মণ্ডলীৰ প্ৰতি প্ৰেম প্ৰকাশ পায়। বেয়া প্ৰভাৱৰপৰা সুৰক্ষিত হয়।​—১কৰি ৫:৬

  • পাপ কৰাজনৰ প্ৰতি প্ৰেম প্ৰকাশ পায়। তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিব পাৰে।​—ইব্ৰী ১২:১১

বহিষ্কাৰ কৰা ব্যক্তিজনৰ পৰিয়ালৰ যিসকল লোক সত্যত আছে, তেওঁলোকক আপুনি কেনেকৈ সহায় কৰিব পাৰে?